Funny Assamese Tex MsgssteemCreated with Sketch.

in #blog6 years ago

৫ টা কথা অকল আপোনাৰ বাবে --- You you you you you you you you you you you you you you you you you you you you you you you ......

১/ আপুনি ইমানেই এলেহুৱা যে আপুনি সম্পূৰ্ণকৈ you কেইটা নপঢ়িলে ।

২/ আপুনি ওপৰত দেখা নাপালে যে মই you কেইটাৰ মাজত yoo ও লিখিছিলো ।

৩/ এতিয়া আপুনি you ৰ মাজত yoo বিচাৰি ফুৰিছে ।

৪/ এতিয়া আপুনি অলপ হাঁহিছে আৰু yoo বিচাৰি নাপাই পাগলৰ দৰে হৈছে ।


মই আপোনাৰ বিষয়ে ১৩ টা কথা জানো ------


১/ আপুনি এই সময়ত মোবাইলটো হাতত লৈ আছে ।

২/ এতিয়া আপুনি whatssapp কৰি আছে ।

৩/ বৰ্তমান আপুনি post পঢ়ি আছে ।

৪/ আপুনি এই সময়ত বিৰাট মনোযোগেৰে মোৰ পোষ্টটো পঢ়ি আছে ।

৫/ আপুনি এজন মানুহ ।

৭/ আপুনি আপোনাৰ ওঠ দুটি লগ নলগাকৈ "p" কেতিয়াও কব নোৱাৰে ।

৮/ এতিয়া আপুনি "p" মাতি পৰীক্ষা কৰি চাইছে ।

৯/ এতিয়া আপুনি হাঁহিছে ।

১০/ এই সময়ত আপুনি এবাৰ মোৰ কথা ভাবিছে যে ---- এই কি দুষ্ট ।কি নো দিছে

১১/ আপুনি ৬ নং লাইনটো এৰি থৈ আহিল ।

১২/ এতিয়া পৰীক্ষা কৰি চাই দেখিলে যে ৬ নং লাইনটো দেখোন নাইয়েই ।

১৩/ এতিয়া আপুনি নিজক নিজে হাঁহিব ধৰিছে । কিয়নো মই আপোনাক উল্লু বনালো । হয়নে ------ ?

১৪/ বৰ্তমান আপুনি ভাবি আছে যে ---- আপুনি কিমান বুৰ্বক ----
---- ঠিকেই ভাবিছে ---
মই কোৱা নাই দেই । এই মূহুৰ্তত আপুনি ভাবি থকা কথাটোহে কৈছো ।😆😆
হি হি হি post টো মনোযোগেৰে পঢ়া বাবে ধন্যবাদ

Coin Marketplace

STEEM 0.16
TRX 0.14
JST 0.028
BTC 59274.98
ETH 2600.78
USDT 1.00
SBD 2.44